June 11, 2024 9:05 PM
২৮খন ৰাজ্যলৈ চলিত মাহৰ কৰ হস্তান্তৰৰ অংশ হিচাপে ১,৩৯,৭৫০ কোটি টকাৰ এটা কিস্তি মুকলি কেন্দ্ৰীয় চৰকাৰৰ
কেন্দ্ৰীয় চৰকাৰে চলিত মাহৰ বাবে ২৮খন ৰাজ্যলৈ কৰ হস্তান্তৰৰ অংশ হিচাপে ১ লাখ ৩৯ হাজাৰ ৭৫০ কোটি টকাৰ এটা কিস্তি মোকলাই দিছে। বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ধনৰাশিয়ে ৰাজ্য চৰকাৰসমূহক উন...