August 12, 2024 7:57 PM
প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ অন্তৰ্গত সৌৰ গাঁৱৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্য্যকৰী নিৰ্দেশনা জাৰী
কেন্দ্ৰীয় চৰকাৰে আজি প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ অন্তৰ্গত আদৰ্শ সৌৰ গাঁৱৰ ৰূপায়ণৰ বাবে কাৰ্য্যকৰী নিৰ্দেশনা জাৰী কৰিছে। নব্য আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰ্যাল...