April 2, 2025 9:02 PM
দেশত ৭২৮ খন একলব্য আদর্শ আৱাসিক বিদ্যালয় স্থাপনৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ
কেন্দ্ৰীয় চৰকাৰে দেশত ৭২৮ খন একলব্য আদর্শ আৱাসিক বিদ্যালয় স্থাপনৰ লক্ষ্য স্থিৰ কৰিছে। এই বিদ্যালয়সমূহৰ পৰা অনুসূচিত জনজাতি সম্প্ৰদায়ৰ প্ৰায় চাৰে তিনি লাখ শিক্ষার্থী উপকৃত হ'ব বুলি ...