September 18, 2024 11:55 AM
শোধিত আৰু অশোধিত চয়াবিন তেল, পাম অইল, সূৰ্যমুখী তেলৰ বুনিয়াদী সীমা শুল্ক বৃদ্ধি
কেন্দ্ৰীয় চৰকাৰে শূন্য আৰু বুনিয়াদী সীমা শুল্কৰ ১২ দশমিক ৫ শতাংশ হাৰত আমদানি কৰা খোৱাতেলৰ উপলভ্য হৈ থকালৈকে তেলৰ সৰ্বাধিক খুচুৰা মূল্য বৰ্তাই ৰাখিবলৈ আগশাৰীৰ খোৱাতেল সংস্থাসমূহক পৰাম...