January 15, 2025 6:34 PM
৭৭ সংখ্যক স্থলসেনা দিৱস উপলক্ষে জেনেৰেল অনিল চৌহানৰ সেনা বাহিনীৰ সকলো বিষয়া জোৱানলৈ শুভেচ্ছা
Chief of Defence staff জেনেৰেল অনিল চৌহানে ৭৭ সংখ্যক স্থলসেনা দিৱস উপলক্ষে সেনা বাহিনীৰ সকলো বিষয়া জোৱানলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মুৰববীগৰাকীয়ে এটা বৰ্তাত কয়, যে এই দিনটোৱে সেনা বাহিনীৰ অদম্য সাহস, ...