August 18, 2024 6:42 PM

শ্ৰীৰাম আই এছ  প্ৰশিক্ষণ প্ৰতিষ্ঠানটোক ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশৰ বাবে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ চিচিপিৰ  জৰিমণা

 কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ চিচিপিয়ে ২০২২ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে শ্ৰীৰাম আই এছ নাম...