November 26, 2024 12:03 PM
ৰে’ল মন্ত্ৰ্যালয়ৰ ৭,৯২৭ কোটি টকাৰ ৩টা প্ৰকল্পত অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীৰ অনুমোদন
অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে প্রায় ৭ হাজাৰ ৯২৭ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া ৰে'ল মন্ত্ৰ্যালয়ৰ তিনিটা প্ৰকল্পত অনুমোদন দিছে। ইয়াত ১৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মনমাদ-জ...