February 18, 2025 11:59 AM
দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰচাৰিত অভিযোগ খণ্ডন কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ
কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে চলিত বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত অভিযোগ খণ্ডন কৰিছে। একাংশ লোকে অসৎ উদ্দেশ্যৰে প্ৰশ...