December 16, 2024 8:19 PM
অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত চিবিআইৰ গুৱাহাটীৰ বিশেষ আদালতত আৰু ৫খন অভিযোগনামা দাখিল
কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত সংস্থাটোৰ গুৱাহাটীৰ বিশেষ আদালতত আৰু ৫ খন অভিযোগনামা দাখিল কৰিছে। ১৬ গৰাকী ব্যক্তি আৰু দুটা সংস্থাকে ধৰি মুঠ ...