August 14, 2024 12:09 PM
ক্রীড়া ছালিচি আদালতৰ অস্থায়ী খণ্ড বিচাৰপীঠত ৱিনেশ ফোগটৰ আবেদনৰ ৰায়দান পুনৰ স্থগিত
ক্রীড়া ছালিচি আদালতৰ অস্থায়ী খণ্ড বিচাৰপীঠে পেৰিছ অলিম্পিকৰ মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাৰ মল্লযুদ্ধৰ ফাইনেলৰ বাবে অযোগ্য ঘোষণা কৰাৰ বিৰুদ্ধে ৱিনেশ ফোগটে জনোৱা আবেদনৰ ৰায়দান পুনৰ স্থ...