September 20, 2024 1:30 PM

হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, জে পি নাড্ডাৰ নিৰ্বাচনী সভা

হাৰিয়ানাত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে৷ প্ৰচাৰ অভিযানৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জগত প্রকাশ নাড্ডাই কালি ৰোহ...