September 16, 2024 8:04 PM

দিল্লীত ভাৰত ষ্টার্ট আপ ন’লেজ এছেছ ৰেজিষ্ট্রি ভাস্কৰ মুকলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলৰ

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি নতুন দিল্লীত ভাৰত ষ্টার্ট আপ ন'লেজ এছেছ ৰেজিষ্ট্রি ভাস্কৰ মুকলি কৰে। ভাস্কৰ হৈছে অনলাইন আদান-প্ৰদানৰ এখন মঞ্চ, যিয়ে ষ্টার্ট-আপ বিনিয়োগকাৰী স...