March 27, 2025 8:30 PM
অসম মন্ত্ৰীৰ বৈঠকত ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ গৃহ শাখাৰ পৰা স্বাস্থ্য আৰু শিক্ষা বিভাগৰ নিৰ্মাণকাৰ্য পৃথক কৰাৰ সিদ্ধান্ত
অসম চৰকাৰে ৰাজ্যখনত স্বাস্থ্য আৰু শিক্ষা বিভাগৰ নিৰ্মাণৰ কামসমূহ অধিক পাৰদৰ্শিতাৰে চোৱাচিতা কৰাৰ বাবে ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ গৃহ শাখাৰ পৰা স্বাস্থ্য আৰু শিক্ষা বিভাগৰ নিৰ্মাণকাৰ্য ...