February 10, 2025 6:10 PM
গ্রাম্য স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১২ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণৰ ফলত ৩ লাখৰো অধিক শিশুৰ জীৱন ৰক্ষা পৰিছেঃ কেন্দ্ৰীয় মন্ত্রী চি আৰ পাৰ্টিল
কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাৰ্টিলে আজি কয় যে গ্রাম্য স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১২ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণৰ ফলত ৩ লাখৰো অধিক শিশুৰ জীৱন ৰক্ষা পৰিছে। ৰাজ্যসভাৰ শূণ্য কালত এটা পৰ...