January 22, 2025 3:12 PM
পানীয় প্রস্তুতকাৰী কোম্পানী AB InBev ভাৰতৰ বিভিন্ন প্ৰান্তত ২৫ কোটি ডলাৰ বিনিয়োগৰ কথা ঘোষণা
পানীয় প্রস্তুতকাৰী কোম্পানী AB InBev ভাৰতৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ২-৩ বছৰৰ ভিতৰত ২৫ কোটি ডলাৰ বিনিয়োগৰ কথা ঘোষণা কৰিছে বুলি খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্রী ছিৰাগ পাছোৱানে প্রকাশ কৰিছে। চ...