ডাউনলোড
মোবাইল এপ

android apple
signal

April 8, 2025 9:29 PM

ভাৰত-ইউ এ ই সর্বাত্মক কৌশলগত সহযোগিতা আগুৱাই নিয়াৰ ক্ষেত্ৰত ডুবায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছেঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ডুবাইৰ যুৱৰাজ তথা সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ, ইউ এ ইৰ উপ-প্রধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী শ্বেখ হমদান বিন মহম্মদ অল মকটুমক সাক্ষাৎ কৰে।...