January 30, 2025 8:40 PM
পৰহিলৈ পৰা নতুন দিল্লীত বিশ্ব গ্রন্থমেলা
নতুন দিল্লীৰ ভাৰত মণ্ডপমত পৰহিলৈ বিশ্ব গ্রন্থমেলা আৰম্ভ হ'ব। এই বছৰৰ বিশ্ব গ্ৰন্থমেলাৰ মূল বিষয় হৈছে- আমি ভাৰতৰ জনসাধাৰণ। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি এই বিষয়টো গ্...