August 5, 2024 12:28 PM
অসম, মণিপুৰ আৰু মেঘালয়ত উৎপাদন হোৱা ক’লা চাউলৰ জনপ্রিয়তা লাভ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম, মণিপুৰ আৰু মেঘালয়ত উৎপাদন হোৱা ক'লা চাউলৰ প্ৰশংসা কৰি কয় যে, শেহতীয়াভাৱে এই চাউলবিধে ঔষধী গুণাগুণৰ বাবে উৎকৃষ্ট খাদ্যত পৰিণত হৈছে। নতুন দিল্লীত অনু...