July 18, 2025 8:24 PM
সমাগত বি টি আৰ নিৰ্বাচন সন্দৰ্ভত বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত বৈঠক
সমাগত বি টি আৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সাংগঠনিক কামকাজ আৰু নিৰ্বাচনী প্রস্তুতি তীব্ৰতৰ কৰাৰ লক্ষ্যৰে আজি গুৱাহাটীস্থিত ভাৰতীয় জনতাপাৰ্টী, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ�...