February 16, 2025 11:22 AM
দিল্লীত আম আদমী পাৰ্টীৰ তিনিগৰাকী পাৰিষদৰ বিজেপিত যোগদান
দিল্লীত কালি আম আদমী পাৰ্টীৰ তিনিগৰাকী পাৰিষদে বিজেপিত যোগদান কৰে। ইয়াৰ লগে লগে বিজেপি দিল্লী পৌৰ নিগমত একক সংখ্যা গৰিষ্ঠ দলৰূপে পৰিগণিত হয়। দিল্লী পৌৰ নিগমৰ মেয়ৰৰ বাবে অহা এপ্ৰিলত নি...