ডাউনলোড
মোবাইল এপ

android apple
signal

January 16, 2025 8:42 PM

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আপ-বিজেপি-কংগ্ৰেছৰ কেইবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ দাখিল

দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে আৰু মাত্ৰ এটা দিন বাকী থকা অৱস্থাত আজি আম আদমী পাৰ্টী, বিজেপি আৰু কংগ্ৰেছৰ কেইবাগৰাকী গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ...