ডাউনলোড
মোবাইল এপ

android apple
signal

January 12, 2025 11:14 AM

দিল্লীৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ২৯ গৰাকী প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্রকাশ

বিজেপিয়ে দিল্লীৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ২৯ গৰাকী প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্রকাশ কৰিছে। দলৰ প্ৰাক্তন বিধায়ক কপিল মিশ্রাক মোটিনগৰৰ পৰা আৰু আম আদমী পাৰ্টী ত্যাগ কৰি অলপতে বিজ...