March 6, 2025 7:55 PM
বিশ্বনাথ জিলা কৃষি বিভাগ তথা কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত কৃষক মেলাৰ আয়োজন
বিশ্বনাথ জিলা কৃষি বিভাগ তথা কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত কৃষি বিষয়াৰ কাৰ্যালয়ৰ চৌহদত আজিৰে পৰা দুদিনীয়াকৈ কৃষক মেলাৰ আয়োজন কৰা হৈছে। এই মেলা...