ডাউনলোড
মোবাইল এপ

android apple
signal

March 31, 2025 8:38 PM

বিশ্বনাথ জিলাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ১৪০ কোটি ৬৯ লাখ টকা ব্যয়সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বহুমুখী বিকাশৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ জিলাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেইবাটাও অভিলাষী প্রকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। মুখ্যমন্ত...