September 1, 2024 12:58 PM

নতুন দিল্লীত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড° জিতেন্দ্র সিঙৰ জৈৱ প্ৰযুক্তি নীতি Bio-E3 মুকলি

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড° জিতেন্দ্র সিঙে কালি নতুন দিল্লীত অৰ্থব্যৱস্থা, পৰিৱেশ আৰু কর্ম সংস্থাপন সম্পৰ্কীয় জৈৱ প্ৰযুক্তি নীতি Bio-E3 মুকলি কৰে। Bio-E3 মুকলি কৰাৰ পাছত সাংবাদ...