October 14, 2024 12:11 PM
ৰাজ্যৰ ১২৯ খন বিল পুনৰ উদ্ধাৰ বাবে ৭৯৬ কোটি টকা ব্যয় সাপেক্ষ আঁচনি প্ৰস্তুত
ৰাজ্যৰ ১২৯ খন বিল পুনৰ উদ্ধাৰ আৰু উজ্জীৱিত কৰাৰ বাবে ৭৯৬ কোটি টকা ব্যয় সাপেক্ষ এখন আঁচনি প্ৰস্তুত কৰা হৈছে। এই আঁচনিখনে তিনি হাজাৰ ৮০০ হেক্টৰ ভূমি সামৰি ল'ব। ৰাজ্যৰ বিলসমূহ পুনৰ উজ্জীৱিত ক...