April 21, 2025 7:41 PM
বৰপেটা সত্ৰৰ ব’হাগ বিহুৰ আজি সামৰণি
সত্ৰকেন্দ্ৰিক ৰীতি-নীতিৰে উদযাপন কৰা বৰপেটা সত্ৰৰ ব'হাগ বিহুৰ আজি সামৰণি পৰে। এই উপলক্ষে আজি পৰম্পৰাগতভাৱে সত্ৰৰ কৰাপাট অর্থাৎ বাটচ'ৰাৰ বাহিৰত থিয়নাম অনুষ্ঠিত হয়। বৰপেটা সত্ৰৰ তিনিখন হ...