April 28, 2024 8:20 PM

বিহাৰৰ গোপালগঞ্জ জিলাত সংঘটিত দুৰ্ঘটনাত নির্বাচনী কর্তব্যৰত দুজন আৰক্ষীৰ মৃত্যু

বিহাৰৰ গোপালগঞ্জ জিলাৰ চিৱালিয়া আৰক্ষী চকীৰ অন্তৰ্গত বৰহিমা বজাৰৰ সমীপত সামগ্ৰী কঢ়িওৱা এখন বাহন আৰু বাছৰ মাজত সংঘটিত দুৰ্ঘটনাত নির্বাচনী কর্তব্যত থকা দুজন আৰক্ষীৰ লোকৰ মৃত্যু হয়। গো...