ডাউনলোড
মোবাইল এপ

android apple
signal

March 26, 2025 7:58 PM

সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষণা বিভাগৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ড০ ভূপেন হাজৰিকাৰ চলচ্চিত্ৰ আৰু গীতসমূহৰ সংৰক্ষণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষণা বিভাগৰ মাজত আজি এখন বুজাবুজিৰ চুক্...