ডাউনলোড
মোবাইল এপ

android apple
signal

October 29, 2024 12:08 PM

গুজৰাটৰ ভূজ-নালীয়া সংযোগী ব্ৰডগজ ৰে’লপথ মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ আমৰেলীৰ পৰা ভূজ-নালীয়া সংযোগী ব্ৰডগজ ৰে’লপথছোৱা দেশৰ নামত উৎসৰ্গা কৰে। প্ৰায় এক হাজাৰ ১০০ কোটি টকা ব্যয় সাপেক্ষে ১০১ দশমিক ৪ কিলোমিটাৰ দৈৰ...