January 29, 2025 8:00 PM
গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্রীট সমাপ্ত
নতুন দিল্লীৰ বিজয় চকত অনুষ্ঠিত গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্রীট খন্তেক আগতে অন্ত পৰে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মুমু, উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ ম...