June 11, 2024 8:45 PM
ৰাজ্যৰ বিভিন্ন জিলাত যক্ষ্মা ৰোগ নিবাৰণৰ লক্ষ্যৰে বি চি জি প্রতিষেধক প্রদান আৰম্ভ
যক্ষ্মা ৰোগ নিবাৰণৰ লক্ষ্যৰে আজিৰেপৰা ৰাজ্যৰ বিভিন্ন জিলাত বি চি জি প্রতিষেধক প্রদান কৰা হৈছে। যক্ষ্মা নিবাৰণ শাখাই ২০২১ চনৰ পৰা দেশত এই ৰোগ নিৰাময়ৰ বাবে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰি আ...