April 25, 2025 9:06 PM
ভুৱা বুলি অভিযোগ উত্থাপিত একাংশ দন্ত চিকিৎসকৰ বিৰুদ্ধে বৰপেটা জিলা স্বাস্থ্য বিভাগৰ অভিযান
বৰপেটা জিলা স্বাস্থ্য বিভাগে আজি ভূৱা বুলি অভিযোগ উত্থাপিত একাংশ দন্ত চিকিৎসকৰ বিৰুদ্ধে অভিযান চলায়। বৰপেটা চহৰৰ সমীপৰ সনকুছি কলনি, হাউলী আৰু গৰৈমাৰীৰ ৩ খন দোকানত অভিযানকাৰী দল উপস্থিত ...