May 21, 2024 11:44 AM
দেশৰ বেংকিং খণ্ডৰ লাভ প্ৰথমবাৰৰ বাবে তিনি লাখ কোটি টকা অতিক্রম
প্ৰথমবাৰৰ বাবে দেশৰ বেংকিং খণ্ডৰ লাভে তিনি লাখ কোটি টকা অতিক্রম কৰিছে। শেহতীয়া এখন প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত চৰকাৰী আৰু বে-চৰকাৰী বেংকসমূহৰ সামগ্রিক লাভ ...