August 11, 2024 11:42 AM

বাংলাদেশৰ ৰাজধানী ঢাকা আৰু চট্টগ্ৰামত দেশখনৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ প্ৰতিবাদ অব্যাহত

বাংলাদেশৰ ৰাজধানী ঢাকা আৰু চট্টগ্ৰামত দেশখনৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ হাজাৰ হাজাৰ লোকে কালি দ্বিতীয় দিনৰ বাবেও প্ৰতিবাদ অব্যাহত ৰাখে। এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে ঢাকাৰ শ্বাহবাগ...