January 9, 2025 4:56 PM
বাংলাদেশৰ ঢাকা–অৰিচা ঘাইপথত এম্বুলেঞ্চ আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষত ৪ জন লোকৰ মৃত্যু
বাংলাদেশৰ চাৱৰ অঞ্চলত ঢাকা–অৰিচা ঘাইপথত আজি এখন এম্বুলেঞ্চে এখন বাছক মুখামুখিকৈ খুন্দা মৰাৰ ফলত এম্বুলেঞ্চখনত গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫জন লোক গুৰুতৰভাব...