ডাউনলোড
মোবাইল এপ

android apple
signal

February 21, 2025 12:21 PM

বাগৰুম্বা নৃত্যৰ অভিলেখ গঢ়াৰ বাবে চৰকাৰে চলিত বছৰতে পদক্ষেপ গ্ৰহণ কৰিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিহু আৰু ঝুমুৰৰ পাছতে বাগৰুম্বা নৃত্যৰ অভিলেখ গঢ়াৰ বাবে ৰাজ্য চৰকাৰে চলিত বছৰতে পদক্ষেপ গ্ৰহণ কৰিব। খানাপাৰা এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত মুখ্...