December 17, 2024 8:32 PM
ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতালৈ অসম দল ৰাওনা
অহা ১৮-২৪ ডিচেম্বৰলৈ বেংগালুৰুত অনুষ্ঠিত হ’বলগা ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতালৈ অসমৰ মহিলাৰ দলটো মঙলবাৰে ৰাওনা হৈছে৷ আনহাতে, অসমৰ পুৰুষ দলটো বুধবাৰে ৰাওনা হ’ব৷ উভয় দলকে অসম বেড...