September 28, 2024 10:46 AM
তিনিটা বছৰত ৬৭ কোটিতকৈও অধিক আয়ুষ্মান ভাৰত হেল্থ একাউণ্টৰ সুবিধা প্ৰদান
আয়ুষ্মান ভাৰত ডিজিটেল ভাৰত অভিযানৰ অধীনত যোৱা তিনিটা বছৰত ৬৭ কোটিতকৈও অধিক আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট চমুকৈ আভাৰ সুবিধা প্ৰদান কৰা হৈছে। এই ডিজিটেল স্বাস্থ্য সেৱা অভিযানে কালি তিনিটা ...