October 29, 2024 6:56 PM
যোৰহাটত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাৰ্যালয়ত অতুল বৰাৰ পর্যালোচনা বৈঠক
মন্ত্ৰী অতুল বৰাই আজি যোৰহাটত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাৰ্যালয়ত পশু চিকিৎসা বিষয়া আৰু খণ্ড পশু চিকিৎসা বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। বানৰ সময়ত জিলাখনৰ পশুধন আৰু হ...