October 28, 2024 11:45 AM

মন্ত্রী অতুল বৰাই নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে চৰকাৰী আঁচনি ৰূপায়ণৰ বুজ লয়

নলবাৰী জিলাৰ অভিভাৱক মন্ত্রী তথা কৃষি মন্ত্ৰী অতুল বৰাই নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে মিলিত হৈ চৰকাৰী আঁচনি ৰূপায়ণ সন্দৰ্ভত বুজ লয়। মন্ত্ৰীগৰাকীয়ে ম...