July 17, 2024 6:16 PM

পেৰুত পথ দুৰ্ঘটনাত ২৬জন লোক নিহত, ১২জনতকৈও অধিক লোক আহত

পেৰুত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত কমেও ২৬ জন লোকে প্রাণ হেৰুওৱাৰ লগতে আন ১২ জনতকৈও অধিক লোক আহত হৈছে। এখন যাত্রীবাহী বাছ দক্ষিণ পেৰুৰ আয়াকুচ অঞ্চলৰ লছ লিবার্টাড’ৰ্ছ ঘাইপথৰ পৰা থিয় গৰাৰে...