January 17, 2025 10:32 AM
স্বামিত্ব আঁচনিৰ অধীনত কাইলৈ প্ৰধানমন্ত্ৰীয়ে ৬৫ লাখৰো অধিক সম্পত্তি কার্ড বিতৰণ কৰিব
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫০ হাজাৰৰো অধিক গাঁৱৰ সম্পত্তিৰ স্বত্বাধিকাৰীক স্বামিত্ব আঁচনিৰ অধীনত ৬...