February 2, 2025 11:44 AM
কৰ্কট ৰোগৰ চিকিৎসা সহজলভ্য কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ
কৰ্কট ৰোগৰ চিকিৎসা সহজলভ্য কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যা...