May 6, 2024 1:16 PM

বৰপেটা জিলাত বজ্ৰপাতত এগৰাকী মহিলা আৰু এগৰাকী কিশোৰীৰ মৃত্যু

♦ বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত কালি সন্ধিয়াৰে পৰা হোৱা বৰষুণৰ লগতে বজ্ৰপাতত এগৰাকী মহিলা আৰু এগৰাকী কিশোৰীৰ মৃত্যু হয়। মৃত মহিলাগৰাকী সাওৰা চৰ ৰিজাৰ্ভ গাঁৱৰ মমিন নেছা আৰু কিশোৰী গৰাকী...

April 5, 2024 8:05 PM

কৰিমগঞ্জত নির্বাচনী কামত নিয়োজিত প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটাৰক পোষ্টেল বেলট সংগ্ৰহৰ বাবে জিলা প্ৰশাসনৰ অধিসূচনা

কৰিমগঞ্জ জিলাত নির্বাচনী কামত নিয়োজিত প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটাৰক পোষ্টেল বেলট সংগ্ৰহৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা অধিসূচনা জাৰি কৰা হৈছে। নিৰ্বাচনৰ ভোটাৰসকল ১৪ এপ্ৰিলৰ পৰা ১৮ এপ্...

April 5, 2024 7:59 PM

নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ ২৩ সংখ্যক প্ৰতিষ্ঠা পালন

◊ নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। লেফটেনেণ্ট মোহিনী নাথ ফুকনৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি অর্পনেৰে প্ৰতিষ্ঠ...

April 5, 2024 7:31 PM

ডিফু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট প্ৰদৰ্শন

◊ সমাগত লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কার্যসূচী গ্ৰহণ কৰা হয়। কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি ফিল্ম ছ'চাইটি...

April 5, 2024 7:12 PM

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ’ব

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। জম্মু-কাশ্মীৰত কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ব...

April 5, 2024 6:45 PM

ৰাজ্যত ১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ ১৯ এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ত কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ বা...

April 5, 2024 6:46 PM

ৰাজ্যত জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজক ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী

সমাগত লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি ফিল্ম ছ'চাইটিৰ ...

April 5, 2024 1:26 PM

মাজুলী জিলা আয়ুক্তই নির্বাচনী প্রশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি সকলো কাৰ্যসূচী নিৰীক্ষণ

♦ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলা প্রশাসনে প্রস্তুতি তীব্ৰতৰ কৰি তুলিছে। মাজুলীত নির্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে কালি মাজুলী আউনীআটি হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক ব...

April 5, 2024 1:49 PM

কাজিৰঙা সংসদীয় সমষ্টিৰ এন ডি এ সমৰ্থিত প্রার্থী কামাখ্যা প্রসাদ তাছাৰ নির্বাচনী প্ৰচাৰ অব্যাহত

♦ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰচাৰ অভিযান তুংগত উঠিছে। কাজিৰঙা সংসদীয় সমষ্টিৰ এন ডি এ সমৰ্থিত বিজেপি প্রার্থী কামাখ্যা প্রসাদ তাছাৰ সমৰ্থন...

April 4, 2024 9:06 PM

ধুবুৰীৰ ছাগলীয়া বন বিভাগৰ কাঠৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান

♦ ধুবুৰীৰ ছাগলীয়া বন বিভাগে আজি কাঠৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ কৰে। অভিযানকাৰী দলটোৱে কৈমাৰী পঞ্চমখণ্ড গাঁৱৰ গংগাধৰ নৈৰ কাষৰ পৰা এই চোৰাং কাঠখ...