November 16, 2024 6:48 PM
গোলাঘাটৰ মৰঙী পথাৰৰ ৰামধেনু কৃষি পামত ফচল চপোৱা কাৰ্যসূচী শুভাৰম্ভ
যুৱক-যুৱতীসকলক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বান মৰ্মে গোলাঘাট জিলাৰ মৰঙী পথাৰৰ ৰামধেনু কৃষি পামত আজি ফচল চপোৱা কাৰ্যসূচী শুভাৰম্ভ কৰা হয...