ডাউনলোড
মোবাইল এপ

android apple
signal

November 29, 2024 6:32 PM

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাত কাইলৈৰ পৰা ১৫ ডিচেম্বৰলৈ ‘অসমী চৰচ মেলা’ অনুষ্ঠিত

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈৰ পৰা অসমী চৰচ মেলা অনুষ্ঠিত হ'ব। অহা ১৫ ডিচেম্বৰলৈ চলিবলগীয়া এই মেলা প্রতিদিনেই দিনৰ ১০ বজা...

November 28, 2024 8:00 PM

বি চি চি আইৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ সহযোগত বৰপেটাত অসম আৰু কেৰালাৰ মাজত ১৯ বছৰ অনূর্ধ কোচবিহাৰ ট্ৰফীৰ খেল অনুষ্ঠিত

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ চমুকৈ বি চি চি আইৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ সহযোগত আজিৰ পৰা বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম আৰু কেৰালাৰ মাজত ১৯ বছৰ অনূর্ধ কোচবিহাৰ ট্ৰফীৰ খ...

November 28, 2024 7:50 PM

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিৰ

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিয়ে আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে। বিধানসভাৰ বিৰোধীৰ দলপতি দেৱব্ৰত শ‍ইকীয়া...

November 28, 2024 7:44 PM

চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্ত্তীত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱজনিত পৰিস্থিতি সন্দৰ্ভত পর্যালোচনাৰে মন্ত্ৰী কেশৱ মহন্তৰ সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ

চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত শেহতীয়াকৈ দেখা দিয়া মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱজনিত পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্...

November 28, 2024 6:49 PM

অসম চাইক্লিং সন্থাৰ উদ্যোগত খেলুৱৈক সম্বৰ্ধনা

সোণাপুৰ টেপেচিয়াস্থিত এল.এন.আই.পি.ই ৰ অমিয় কুমাৰ প্ৰেক্ষাগৃহত চেন্নাইত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ-২০২৪ৰ চাইক্লিংত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ৪ গৰাকীকৈ খেলুৱৈক...

November 28, 2024 6:29 PM

বৰ্তমানলৈকে ২০টা প্ৰজাতিৰ ডেম ডেউকাৰ প্ৰজাতি আৱিস্কাৰ অসমৰ জ্যেষ্ঠ উদ্ভিদ বিজ্ঞানী ড০ ৰাজীৱ গগৈৰ

অসমৰ জ্যেষ্ঠ উদ্ভিদ বিজ্ঞানী ড০ ৰাজীৱ গগৈয়ে ২০১২ চনৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত গৱেষণা কৰি এতিয়ালৈকে কমেও ২০টা প্ৰজাতিৰ ডেম ডেউকাৰ প্ৰজাতি আৱিস্কাৰ কৰিছে। বিজ্ঞানীগৰাকীৰ এই ব...

November 28, 2024 6:14 PM

অসম বক্সিং সন্থাৰ উদ্যোগত গুৱাহাটীত ৪৪ সংখ্যক সদৌ অসম চিনিয়ৰ আন্তঃজিলা বক্সিং প্রতিযোগিতা

অসম বক্সিং সন্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীত ৪৪ সংখ্যক সদৌ অসম চিনিয়ৰ আন্তঃজিলা বক্সিং প্রতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ খেলসমূহ কাইলৈ আৰম্ভ হ'ব যদিও পৰহিলৈ বিয়লি ৩ বজাত এই প্রত...

November 20, 2024 8:50 PM

২৭ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ‘আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা’

অহা ২৭ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা অনুষ্ঠিত হ'ব। এই পর্যটন মেলাত বিভিন্ন দেশৰ ২০গৰাকী প্ৰতিনিধিয়ে...

November 16, 2024 7:05 PM

ডেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিনা কবি নীলমণি ফুকন ক্ষেত্ৰত ১০১খন পতাকা উত্তোলন

ডেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিনা কবি নীলমণি ফুকন ক্ষেত্ৰত ১০১খন পতাকা উত্তোলন কৰা হয়। ডেৰগাঁও সাহিত্য সভাৰ সভাপতি আৰু উদযাপন সমিতিৰ সভাপতি দুগৰাকীয়ে মূল ...

November 16, 2024 6:54 PM

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামলৰ ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনৰ নিয়ন্ত্রণাধীন বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে পৰ্যালোচনা বৈঠক

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামলে আজি ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনৰ নিয়ন্ত্রণাধীন বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। পৰিষদৰ ...