ডাউনলোড
মোবাইল এপ

android apple
signal

November 2, 2024 6:22 PM

ৰাজ্য চৰকাৰৰ উদ্যোগত কাইলৈৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হ’ব

অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত কাইলৈৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হ'ব। অসমীয়া ভা...

November 2, 2024 6:19 PM

উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহ...

November 2, 2024 5:36 PM

ষট পূজা উপলক্ষ্যে ৰে’ল বিভাগে যাত্ৰীৰ সূচল যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা

ষট পূজা উপলক্ষ্যে ৰে’ল বিভাগে যাত্ৰীৰ সূচল যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰেলগাড়ী চলাচলৰ ব্যৱস্থা কৰিছে। এই বিশেষ ৰেলগাড়ীসমূহ নতুন দিল্লীৰ আনন্দ বিহাৰ আৰু নিজামদ্দিন ৰে’ল ...

November 1, 2024 7:58 PM

খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে বৰ্তমানলৈকে ৫৩ লাখতকৈও অধিক পঞ্জীয়ন সম্পন্ন

ৰাজ্যত অহা ১৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে এতিয়ালৈকে ৫৩ লাখতকৈও অধিক পঞ্জীয়ন সম্পন্ন হৈছে। এইবাৰৰ খেল মহাৰণ প্ৰতিযোগিতা এথলেটিকছ, ফুটবল, ভলীবল, দবা, সাঁ...

November 1, 2024 7:57 PM

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত পদক জয়ী খেলুৱৈসকলক অসম পেৰালিম্পিক সন্থাৰ সম্বৰ্দ্ধনা

অসম পেৰালিম্পিক সন্থাই সদ্যসমাপ্ত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত পদক জয়ী খেলুৱৈসকলক আজি খানাপাৰাত আয়োজিত এটা অনুষ্ঠানত সম্বৰ্দ্ধনা জনায়। গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা সাঁতো...

November 1, 2024 7:51 PM

অসম ভাৰোত্তোলন সন্থাৰ নতুন প্রতিভা চিনাক্ত কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ

অসম ভাৰোত্তোলন সন্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন প্রতিভা চিনাক্ত কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে শিৱসাগৰ জিলাৰ ভাৰোত্তোলন সন্থাৰ সহযোগত অহা ১৫ নৱেম্বৰৰ পৰা ১...

November 1, 2024 7:43 PM

কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত ২ বাংলাদেশী নাগৰিকক আটক

অসম আৰক্ষীৰ এটা দলে কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত দুজন বাংলাদেশী নাগৰিকক আটক কৰে। পৰৱৰ্ত্তী সময়ত দুয়োজন লোকক সীমান্তৰ সিপাৰে পঠিয়াই দিয়া হৈছে। অসম আৰক্ষীয়ে অনুপ্রবেশ ৰো...

November 1, 2024 7:26 PM

দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী পালন

দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী কালিৰে পৰা পালন কৰা হৈছে। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দীপাৱলী আৰু কালী পূজা উপলক্ষে আজি তিনিচুকীয়া জিলা ভ্রমণ কৰে। কেন্দ্...

October 26, 2024 9:09 PM

চতুর্দশ মনমোহন দাস আৰু আৰ আৰ আহমেদ সোঁৱৰণি ফুটবল প্রতিযোগিতাত কৃষকজ্যোতি সংঘৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ

গোৱালপাৰা জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু ৰূপজ্যোতি সংঘৰ সহযোগত আয়োজিত চতুর্দশ মনমোহন দাস আৰু আৰ আৰ আহমেদ সোঁৱৰণি ফুটবল প্রতিযোগিতাত কৃষকজ্যোতি সংঘই চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে।...

October 26, 2024 9:05 PM

বিটিচিৰ প্ৰধান সচিবৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ, নিয়োগ, উদ্যমশীলতা আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বিটিচিৰ প্ৰধান সচিবৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। তামুলপুৰ জিলাৰ অভিভাৱক মন...