ডাউনলোড
মোবাইল এপ

android apple
signal

May 18, 2024 10:03 PM

আজি ৬১ সংখ্যক বড়ো মাধ্যম দিৱস

♦ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৬১ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰা হৈছে। বাক্সা জিলাৰ শালবাৰীত এই উপলক্ষে শালবাৰী জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত এলানি কাৰ্যসূচী পালন কৰা হয়৷ শালবাৰী জি...

May 18, 2024 11:20 PM

৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনসমূহৰ প্ৰস্তুতি আৰম্ভ

♦ অহা ৪ জুনত ৰাজ্যখনৰ ১৪টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্রস্তুতিৰ বুজ ল'বলৈ বৈঠকত ম...

May 18, 2024 10:06 PM

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে অনলাইনৰ জৰিয়তেহে আবেদন কৰিব লাগিব

♦উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে পৰীক্ষাৰ্থীসকলে অনলাইনৰ জৰিয়তেহে আবেদন জনাব পাৰিব। এই সন্দৰ্ভত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা এখন অধিসূচনা অনুসৰি উত্...

May 18, 2024 10:56 PM

কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছেঃ অৰ্জুন ৰাম মেঘৱাল

♦ কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছে বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ...

May 17, 2024 8:01 PM

স্থলসেনা বাহিনীৰ ১৩৪ সংখ্যক পদাতিক বেটেলিয়নৰ মহাৰজত জয়ন্তী উপলক্ষে ব্যাপকভাৱে গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন

স্থলসেনা বাহিনীৰ ১৩৪ সংখ্যক পদাতিক বেটেলিয়নে বাহিনীটোৰ মহাৰজত জয়ন্তী উপলক্ষে ব্যাপকভাৱে গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰে। উল্লেখযোগ্য যে ১৯৪৯ চনৰ প্ৰতিষ্ঠা কালৰে পৰা স্থলসেনা বাহি...

May 17, 2024 7:13 PM

হাইলাকান্দিৰ ৰামনাথপুৰত মাদক দ্রব্যসহ সৰবৰাহকাৰীক আটক

হাইলাকান্দিৰ ৰামনাথপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মাদক দ্রব্য জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰে। মাদকদ্রব্য খিনি পাঁচটা প্লাষ্টিকেৰে নিৰ্মিত চাবোনৰ বাকচত কঢ়িয়াই অনা হৈছিল। সৰ...

May 17, 2024 6:39 PM

অসম বিজ্ঞান সমিতিৰ সহযোগত মৰিগাঁৱৰ জিলা শৈক্ষিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বিদ্যালয় পৰ্যায়ৰ প্ৰদৰ্শনী অনুষ্ঠিত

মৰিগাঁও জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত তথা অসম বিজ্ঞান সমিতিৰ সহযোগত মৰিগাঁৱৰ জিলা শৈক্ষিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বিদ্যালয় পৰ্যায়ৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত হয...

May 17, 2024 6:37 PM

বৰপেটা জিলাত মধ্যাহ্ন ভোজনৰ খাদ্য, অংগনৱাড়ী কেন্দ্ৰৰ খাদ্যৰ লগতে মিঠাইৰ দোকানৰ খাদ্যসমূহ পৰীক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

বৰপেটা জিলাত মধ্যাহ্ন ভোজনৰ খাদ্য, অংগনৱাড়ী কেন্দ্ৰৰ খাদ্যৰ লগতে মিঠাইৰ দোকানৰ খাদ্যসমূহ পৰীক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলাখনত খাদ্যৰ মান উন্নত কৰাৰ উদ্দেশ্যে বিশেষ পদক...

May 17, 2024 5:26 PM

প্রাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ চিকিৎ‍সাধীন অৱস্থাত দেহাৱসান

সম গণ পৰিষদৰ প্ৰাক্তন সভাপতি, বর্ষীয়ান ৰাজনীতিবিদ, প্রাক্তন শিক্ষা মন্ত্ৰী, ৰঙিয়াৰ তিনিবাৰৰ বিধায়ক থানেশ্বৰ বড়োৰ আজি পুৱা চিকিৎ‍সাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতা...

May 12, 2024 11:56 AM

ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত ফাট বিহুৰ আজি অন্তিম দিন

ঢকুৱাখনাৰ চাৰিকড়িয়া নৈ পাৰত অৱস্থিত ম’হঘূলি চাপৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত ফাট বিহুৰ আজি তৃতীয় তথা অন্তিম দিন। এই উপলক্ষে আজি পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। দুপৰী...