November 6, 2024 12:56 PM
নুনমাটিৰ পৰা ৰিজাৰ্ভবেংক সংযোগী নির্মীয়মান উৰণ সেতু নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্রীৰ
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যোৱানিশা নুনমাটিৰ পৰা ৰিজাৰ্ভবেংক সংযোগী নির্মীয়মান উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। লোকনিৰ্মাণ বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে গুৱাহা...